Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰৈ যোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰৈ যোৱা   ক্ৰিয়া

Meaning : বঞ্চিত হোৱা

Example : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

Synonyms : থাকি যোৱা

Meaning : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

Example : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

Synonyms : থাকি যোৱা

Meaning : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

Example : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

Synonyms : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা

Meaning : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

Example : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

Synonyms : এৰা, থামা, বন্ধ হোৱা, ৰোৱা

Meaning : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা

Example : পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল

Synonyms : বাদ পৰিল

Meaning : বাকী থাকি যোৱা

Example : ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল