Subscribe
URL of the page has been copied to clipboard.
Meaning : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
Example : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
Synonyms : পঞ্জীকৰণ, পঞ্জীয়ন
Meaning : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ
Example : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে
Synonyms : পঞ্জীয়ন বহী
Install App