Meaning : পাকিস্তানত প্রচলিত মুদ্রা
Example :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
Synonyms : পাকিস্তানী ৰুপী, ৰুপিয়া
Meaning : ভাৰতত প্রচলিত মুদ্রা
Example :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
Synonyms : টকা, ভাৰতীয় টকা, ৰুপিয়া