Meaning : পাকিস্তানত প্রচলিত মুদ্রা
Example :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
Synonyms : পাকিস্তানী ৰুপী, ৰুপী
Meaning : ভাৰতত প্রচলিত মুদ্রা
Example :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
Synonyms : টকা, ভাৰতীয় টকা, ৰুপী
Meaning : নেপালত প্রচলিত মুদ্রা
Example :
তেওঁ দহ আৰু বিশৰ নেপালী ৰুপিয়া দিছিল
Synonyms : নেপালীজ ৰুপী
Meaning : ইণ্ডোনেছিয়াত চলা মুদ্রা
Example :
দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো