Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰিয়েল from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰিয়েল   বিশেষ্য

Meaning : ব্রাজিলত চলা মুদ্রা

Example : এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?

Meaning : ছৌদি আৰবত প্রচলিত মুদ্রা

Example : জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল

Synonyms : ছৌদি আৰব ৰিয়েল

Meaning : য়েমেন তথা ইৰাণত চলা মুদ্রা

Example : তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে

Meaning : ওমানত প্রচলিত মুদ্রা

Example : তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে

Synonyms : ওমানী ৰিয়েল

Meaning : কম্বোডিয়াত প্রচলিত মুদ্রা

Example : এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান

Meaning : এক পুৰণি স্পেনিচ মুদ্রা

Example : তেওঁৰ ওচৰত পাঁচ ৰিয়েল আছে

Synonyms : ৰেয়াল

Meaning : য়েমেনত প্রচলিত মুদ্রা

Example : য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক

Synonyms : য়েমেনি ৰিয়েল

Meaning : ইৰাণত প্রচলিত মুদ্রা

Example : এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়

Synonyms : ইৰাণিয়ান ৰিয়েল