Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰাজ-দৰবাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰাজ-দৰবাৰ   বিশেষ্য

Meaning : ৰজাৰ দৰবাৰ বা সভা

Example : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল

Synonyms : ৰাজ-সভা, ৰাজদৰবাৰ, ৰাজসভা

Meaning : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে

Example : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল

Synonyms : দৰবাৰ, ৰাজদৰবাৰ