Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰাজমহল from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰাজমহল   বিশেষ্য

Meaning : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ

Example : মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী

Synonyms : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজভৱন, ৰাজহাউলি