Meaning : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
Example :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
Meaning : ৰজাসকলৰ দৰে
Example :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
Meaning : ৰজাৰ বা ৰজা সম্বন্ধীয়
Example :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
Meaning : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
Example :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
Meaning : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
Example :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে