Subscribe
URL of the page has been copied to clipboard.
Meaning : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
Example : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
Synonyms : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
Meaning : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
Example : দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
Meaning : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
Example : পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
Synonyms : পঠোৱা
Install App