Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
Example : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
Synonyms : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
Meaning : মানুহৰ সমষ্টি বা সমূহ
Example : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
Synonyms : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
Meaning : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
Example : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
Synonyms : জনতা, জনমানস
Meaning : পৃথিৱীত থকা লোক
Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
Synonyms : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
Install App