Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত ৰহস্য আছে বা ৰহস্যৰে ভৰা
Example : বৈজ্ঞানিকৰ কাৰণে উৰন্ত কাঁহি আজিও ৰহস্যময় হৈ আছে
Synonyms : গূঢ়, ৰহস্যপূর্ণ, ৰহস্যাত্মক, ৰহস্যাবৃত
Install App