Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰস from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰস   বিশেষ্য

Meaning : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

Example : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

Synonyms : স্রাৱ

Meaning : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

Example : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

Synonyms : নি্র্যাস, মন্দ

Meaning : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

Example : ৰস কেইবাপ্রকাৰৰ আছে

Meaning : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

Example : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

Synonyms : আনন্দ, মজা

Meaning : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

Example : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

Meaning : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

Example : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

Synonyms : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ