Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ৰমণ কৰাৰ যোগ্য
Example : পৱাই হ্রদেৰে আৱৰি থকা আই. আই. টি. বʼম্বে এখনি ৰমণীয় ঠাই
Synonyms : ৰম্য
Meaning : যিয়ে আনন্দ প্রদান কৰে
Example : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
Synonyms : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, সুখপ্রদ
Install App