Meaning : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
Example :
মাংসখিনি ভালদৰে সিজোৱা নাই
Synonyms : সিজোৱা
Meaning : আহাৰ প্রস্তুত কৰা
Example :
মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
Synonyms : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা