Meaning : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
Example :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
Synonyms : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
Meaning : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
Example :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
Synonyms : সালসলনি
Meaning : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
Example :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
Synonyms : অদল-বদল