Subscribe
URL of the page has been copied to clipboard.
Meaning : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
Example : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
Synonyms : গুণ, সূতা, সূত্র
Meaning : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
Example : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
Synonyms : জৰী, ৰচী
Install App