Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
Example : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
Synonyms : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
Meaning : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
Example : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
Synonyms : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
Meaning : যাৰ ৰজ প্রবাহিত হৈ আছে
Example : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
Synonyms : ঋতুমতী, ৰজৱতী
Install App