Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰজত জয়ন্তী from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰজত জয়ন্তী   বিশেষ্য

Meaning : কোনো ব্যক্তি, সংস্থা আদি বা কোনো মহত্ত্বপূর্ণ কামৰ জন্ম বা আৰম্ভ হোৱাৰ পঁচিশ বছৰ সম্পূর্ণ ্হোৱাৰ উপলক্ষে পালন কৰা উৎসৱ

Example : পঁচিশ ডিচেম্বৰত আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন কৰা হʼব

Synonyms : ৰূপালী জয়ন্তী