Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰচনা from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰচনা   বিশেষ্য

Meaning : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

Example : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

Synonyms : আকৃতি, ৰূপ

Meaning : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

Example : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

Synonyms : নিবন্ধ, প্রবন্ধ, লেখা

Meaning : অনেক অৱয়বযুক্ত ৰচনা

Example : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

Synonyms : গঠন

Meaning : সাহিত্য সম্বন্ধীয় কৃতি

Example : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

Synonyms : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

Meaning : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

Example : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

Synonyms : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

Meaning : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

Example : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে