Subscribe
URL of the page has been copied to clipboard.
Meaning : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
Example : প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
Synonyms : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰাম, ৰামচন্দ্র
Install App