Meaning : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
Example :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
Meaning : স্থিত কৰা
Example :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
Meaning : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
Example :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
Synonyms : সমর্পিত কৰা
Meaning : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
Example :
Synonyms : ৰৈ থকা
Meaning : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
Example :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
Meaning : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
Example :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
Synonyms : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
Meaning : প্রস্তুত কৰা
Example :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
Meaning : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
Example :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে