Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
Example : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
Synonyms : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ
Meaning : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
Example : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
Synonyms : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত
Install App