Subscribe
URL of the page has been copied to clipboard.
Meaning : নাটক হোৱা ঠাই বা ঘৰ
Example : আজি নাটশালত সত্যবাদী ৰজা হৰিশ্চন্দ্রৰ নাটক হʼব
Synonyms : নাটশাল, নাটশালা, নাট্যমন্দিৰ, ৰংগ-ভৱন, ৰঙ্গশালা
Install App