Subscribe
URL of the page has been copied to clipboard.
Meaning : দহৰ লগত সাত যোগ কৰিলে পোৱা সংখ্যা
Example : ন-ৰ লগত আঠ মিলি সোতৰ হয়
Synonyms : সপ্তদশ, সোতৰ
Meaning : দহ আৰু সাত
Example : এই প্রতিযোগিতাত মোৰ স্কুলৰ সোতৰজন ছাত্রই ভাগ লৈছে
Install App