Subscribe
URL of the page has been copied to clipboard.
Meaning : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
Example : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
Synonyms : দশম, দহ
Meaning : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
Example : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
Synonyms : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
Meaning : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
Example : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
Synonyms : দহ হাজাৰ, ০০০, ১০ হাজাৰ
Meaning : ন যোগ এক
Example : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
Synonyms : দহ
Meaning : দহ লাখ
Example : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
Synonyms : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
Meaning : দহ হাজাৰ............
Example : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
Synonyms : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
Install App