Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কাম কৰিবৰ বাবে সমর্থ
Example : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
Synonyms : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত
Install App