Meaning : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
Example :
পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
Synonyms : অপহৰণকাৰী
Meaning : অপহৰণ কৰা ব্যক্তি
Example :
অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
Synonyms : অপহৰণ-কর্তা, অপহৰণকাৰী