Meaning : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
Example :
চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
Synonyms : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ
Meaning : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
Example :
বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
Synonyms : সেউজীয়া