Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহে অহা-যোৱা কৰিবৰ কাৰণে আৰু মাল-বস্তু কঢ়িওৱা গাড়ীত যুতি দিয়া শিং নথকা চাৰিঠেঙীয়া এবিধ জন্তু:ৰাণাপ্রতাপ সিংহৰ ্ ঘোঁৰাটোৰ নাম চেতক আছিল
Example :
Synonyms : অশ্ব, ঘোটক, ঘোৰা, তুৰঙ্গ, তুৰঙ্গম, বাজী, বাহনশ্রেষ্ঠ
Meaning : কাৰোবাৰ কথা, প্রশ্ন বা সম্বোধনৰ উত্তৰত সংক্ষিপ্তভাৱে দিয়া সকাৰাত্মক প্রতিসম্বোধনসূচক শ্্ব্দ
Example : মোৰ হাঁ শুনি ্তেওঁ সন্তুষ্ট হʼল
Synonyms : ও, হাঁ
Install App