Subscribe
URL of the page has been copied to clipboard.
Meaning : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
Example : জলাশয়ত পদুম ফুল ফুলি আছে
Synonyms : জলাশয়
Meaning : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
Example : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
Synonyms : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ
Meaning : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
Example : তেওঁ সৰোবৰত গা ধুই আছে
Synonyms : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ
Install App