Subscribe
URL of the page has been copied to clipboard.
Meaning : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
Example : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
Synonyms : হাজাৰ
Meaning : দহ শ
Example : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে
Synonyms : এহাজাৰ, এহেজাৰ, সহস্র, হাজাৰ
Install App