Subscribe
URL of the page has been copied to clipboard.
Meaning : সম্পূর্ণৰূপে সেই ৰূপতে
Example : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
Synonyms : হুবহুৰূপে
Meaning : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
Example :
Synonyms : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
Meaning : এই ধৰণৰ
Example : এনেকুৱা মোনা মোৰ ওচৰতো আছে
Synonyms : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
Meaning : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
Example : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
Install App