Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে মাটিৰ বাচন-বর্তন ্ তৈয়াৰ কৰে
Example : মাটিক বিভিন্ন আকাৰ দিয়াত কুমাৰসকল সিদ্ধহস্ত
Synonyms : কুমাৰ, কুম্ভকাৰ, কুলাল
Meaning : এবিধ বহুমূলীয়া অতি উজ্জ্বল আৰু কঠিন ৰত্ন
Example : হীৰাখচিত অলংকাৰ খুউব ধুনীয়া
Synonyms : ডায়মণ্ড, হীৰক
Install App