Meaning : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
Example :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
Synonyms : দো খোৱা
Meaning : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
Example :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
Synonyms : অৱনমিত হোৱা, নমিত হোৱা