Subscribe
URL of the page has been copied to clipboard.
Meaning : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
Example : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
Synonyms : হালধীয়া ৰং
Meaning : কেশৰৰ ৰঙৰ
Example : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
Meaning : হালধিৰ দৰে ৰঙৰ
Example : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
Synonyms : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
Install App