Meaning : বিচাৰি সন্মুখত ৰখা কার্য
Example :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
Synonyms : উলিওৱা
Meaning : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
Example :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে