Subscribe
URL of the page has been copied to clipboard.
Meaning : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
Example : তাৰ হাতত বৰ জোৰ আছে
Synonyms : কৰ, পাণি, ভূজ, হাত
Meaning : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
Example : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
Synonyms : কৰ, হাত
Meaning : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
Example :
Synonyms : কৰ, পাণি, হাত
Install App