Subscribe
URL of the page has been copied to clipboard.
Meaning : বহু সময় উতলোৱা গাখীৰৰ ওপৰত জমা হোৱা চামনি বা সাৰ অংশ
Example : মেকুৰীজনীয়ে গোটেই সৰখিনি খাই পেলালে
Meaning : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
Example : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
Synonyms : চালি
Install App