Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word স্মৃতি from অসমীয়া dictionary with examples, synonyms and antonyms.

স্মৃতি   বিশেষ্য

Meaning : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান

Example : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে

Synonyms : খিয়াল, স্মৰণ

Meaning : মনত ৰাখিব পৰা শক্তি

Example : এইজন বিষয়াৰ স্মৃতিশক্তি অতি ্দুর্বল

Synonyms : স্মৃতিশক্তি, স্মৰণ শক্তি

Meaning : প্রথমে দেখা কথাৰে মনত উদয় হোৱা সংস্কাৰবোধ

Example : স্মৃতি সহজে মনৰ মাজৰ পৰা মচিব নোৱাৰি

Synonyms : অভিজ্ঞা