Subscribe
URL of the page has been copied to clipboard.
Meaning : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
Example :
Synonyms : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ
Meaning : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
Synonyms : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, ৰূপ
Meaning : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
Example : তেওঁ ্ লাজুক স্বভাৱৰ
Synonyms : চৰিত্র, প্রকৃতি, মেজাজ, স্বভাৱ
Install App