Meaning : স্বেচ্ছাচাৰী হোৱা অৱস্থা
Example :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
Meaning : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
Example :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
Synonyms : মইমতালি