Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্বভাৱৰ সৈতে জড়িত
Example : খং কৰাটো তেওঁৰ ্স্বাভাৱিক গুণ
Synonyms : স্বভাৱগত, স্বাভাৱিক
Meaning : স্বভাৱতে বা নিজে নিজে হোৱা
Example : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
Synonyms : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বাভাৱিক
Install App