Meaning : যাৰ অধিকাৰ নাই
Example :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
Synonyms : অধিকাৰহীন
Meaning : স্বত্বৰ পৰা আঁতৰত
Example :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
Meaning : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
Example :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
Synonyms : অনধিকাৰ