Meaning : যাৰ বুদ্ধি নাই বা কম
Example :
সমাজত মূর্খৰ ্ অভাৱ নাই
Synonyms : অজগৌ, অজমূর্খ, অজ্ঞ, অজ্ঞানী, অবুদ্ধি, অহম্মক, আওগৰু, আজান, গমা-গৰু, গাধা, গো-মুর্খ, গোট গৰু, গোটকাঠ, গোমার্গা, গৰু, দগধা, নির্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, ভোদা, মহামূর্খ, মূঢ়, মূঢ়মতি, মূর্খ, মূর্খ ্লোক, মূৰুখ, মূৰুখমতি, হতবুদ্ধি, ্জধামূর্খ