Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো মচিব বা গুচাব নোৱাৰি
Example : টাটু ছালৰ ওপৰত কৰিলোৱা এক স্থায়ী নিচান
Synonyms : অনাশয়, অলোপ্য
Meaning : সলনি নোহোৱাকৈ সদায় একেদৰে থকা
Example : সংসাৰৰ কোনো বস্তুৱেই স্থায়ী নহয়
Meaning : বহুত দিন ধৰি থকা
Example : মোৰ ভাইটিয়ে বেংকত স্থায়ী চাকৰি পালে
Install App