Subscribe
URL of the page has been copied to clipboard.
Meaning : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
Example : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
Synonyms : খুটা, পিলাৰ, স্তম্ভ
Meaning : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
Example : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
Synonyms : কীলক, শাল
Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে
Example : গছবোৰ সজীৱ সত্ত্বেও অচল
Synonyms : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
Install App