Subscribe
URL of the page has been copied to clipboard.
Meaning : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
Example : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
Synonyms : পদ
Meaning : এক অমূর্ত্ত ্মানসিক স্থান
Example : মোৰ হৃদয়ত তেওঁৰ ্কাৰণে বিশেষ ঠাই আছে
Synonyms : ঠাই
Meaning : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
Example : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
Synonyms : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল
Install App