Subscribe
URL of the page has been copied to clipboard.
Meaning : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
Example : ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
Synonyms : ফৌজ, সেনা, সেনাদল, সেনানী, সৈন্যদল
Meaning : সেনাৰ সমূহ
Example : আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
Synonyms : সেনাদল, সৈন্যদল
Install App