Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সূক্ষ্মপৰীক্ষা from অসমীয়া dictionary with examples, synonyms and antonyms.

সূক্ষ্মপৰীক্ষা   বিশেষ্য

Meaning : একাগ্রচিত্ত হৈ বা ধ্যান সহকাৰে চোৱা কার্য

Example : সন্মুখৰজনৰ সূক্ষ্মপৰীক্ষাৰ পৰা বাচিবৰ কাৰণে তেওঁ চকু তল কৰিলে

Synonyms : সূক্ষ্মপৰ্যবেক্ষণ

Meaning : অধ্যয়ন কৰা কোনো বিষয়ৰ একাগ্রচিত্তে মনত পেলোৱা এক অৱস্থা

Example : বৈজ্ঞানিকসকলে ঘণ্টা ধৰি অনুপৰীক্ষাত লাগি আছে

Synonyms : অনুপৰীক্ষা