Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সুৰধর্মী from অসমীয়া dictionary with examples, synonyms and antonyms.

সুৰধর্মী   বিশেষণ

Meaning : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে

Example : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে

Synonyms : মধুৰ, মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰীয়া, সুৱদি